শুকুৰবাৰে কংগ্ৰেছ এৰিব বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে!

2 14

গুৱাহাটী, ১৭ জুন, NKTV: শুকুৰবাৰে কংগ্ৰেছ এৰিব বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে!

কাইলৈ পুৱা বিধানসভাৰ বিধায়ক পদ ত্যাগৰ সম্ভাৱনা । মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা বিজয়ী হৈছিল।

নিৰ্বাচনত জয়ী হোৱাৰ পিছতে কংগ্ৰেছ বিধায়িনী দলৰ সচিবৰ পদ তেওঁলৈ আগবঢ়োৱা হৈছিল যদিও সেই প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল ৰূপজ্যোতি কুৰ্মীয়ে। কিন্তু এতিয়া গেৰুৱা বসন পিন্ধাবলৈ প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে কংগ্ৰেছ বিধায়কজনে।

2 Comments
  1. pilates woodland hills ca says

    804478 888375Id constantly want to be update on new content on this internet site, bookmarked! 974941

  2. 506072 931116Completely pent subject matter, regards for entropy. 712980

Leave A Reply

Your email address will not be published.