- শীঘ্ৰেই উপলব্ধ হ’ব অমিক্ৰন টেষ্ট কিট
- অমিক্ৰন টেষ্ট কিটত অনুমোদন DCGIৰ
- ৪ ঘণ্টাৰ ভিতৰতে অমিক্ৰন টেষ্টৰ ফলাফল
- RT-PCR কিট ডেভেলপ কৰি প্ৰস্তুত কৰা হৈছে অমিক্ৰন কিট
- টাটা আৰু ICMR-এ প্ৰস্তুত কৰিছে অমিক্ৰন কিট
- ICMRৰ ডি জি ড০ বলৰাম ভাৰ্গৱে প্ৰকাশ কৰিছে এই কথা